ওম
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ওম (ইংৰাজী: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামকৰণ কৰা হৈছে।
সংজ্ঞা
কোনো এডাল পৰিবাহীৰ দুইমূৰৰ বিভৱভেদৰ মান ১ ভল্ট হ'লে তাৰ মাজেদি যদি ১ এম্পিয়াৰ বিদ্যুত প্ৰবাহ চালিত কৰা হয়, তেন্তে সেই পৰিবাহীৰ ৰোধক ১ ওম (1 Ω) বোলা হয়। গাণিতিকভাৱে য'ত