কুলম্ব

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Science stub

কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।

সংজ্ঞা

শূন্যত ১ মিটাৰ দূৰত্বত ৰখা দুটা সমান আৰু একে জাতীয় আধানৰ মাজত ক্ৰিয়া কৰা স্থিতি বৈদ্যুতিক বল ৯ × ১০ নিউটন (9 × 109 N) হ'লে প্ৰতিটোৰ আধানক ১ কুলম্ব (1 C) বোলে। গাণিতিকভাৱে, 1 C=1 As, য'ত C আধান, A এম্পিয়াৰ আৰু s ছেকেণ্ড।

তথ্য সংগ্ৰহ

সাঁচ:Reflist

বাহ্যিক সংযোগ

সাঁচ:আন্তৰ্জাতিক একক পদ্ধতি