ওম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
imported>InternetArchiveBot Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 |
(কোনো পাৰ্থক্য নাই)
|
১৭:৫০, ৭ আগষ্ট ২০২৪ অনুযায়ী বৰ্তমান সংস্কৰণ
ওম (ইংৰাজী: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামকৰণ কৰা হৈছে।
সংজ্ঞা
কোনো এডাল পৰিবাহীৰ দুইমূৰৰ বিভৱভেদৰ মান ১ ভল্ট হ'লে তাৰ মাজেদি যদি ১ এম্পিয়াৰ বিদ্যুত প্ৰবাহ চালিত কৰা হয়, তেন্তে সেই পৰিবাহীৰ ৰোধক ১ ওম (1 Ω) বোলা হয়। গাণিতিকভাৱে য'ত