ৰম্বাছ

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Geometry stub সাঁচ:Infobox polygon

যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।

বৈশিষ্ট্য

  • ৰম্বাছৰ চাৰিটা বাহুৰ দৈঘ্য সমান,
  • ৰম্বাছৰ বিপৰীত কোন সমান,
  • ৰম্বাছৰ কৰ্ণ দুডালৰ দৈঘ্য অসমান আৰু ইহঁতে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে,
  • প্ৰতিটো বৰ্গক্ষেত্ৰ একোটা বিশেষ ৰম্বাছ, কিন্তু প্ৰতিটো ৰম্বাছ বৰ্গক্ষেত্ৰ নহয়।

ৰম্বাছৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে P=4.side

সেই অনুসৰি 5 cm বাহু দৈঘ্যৰ এটা ৰম্বাছৰ পৰিসীমা হ'ব 4.5cm=20cm

ইয়াৰ ক্ষেত্ৰফল হৈছে A=b.h য'ত b = ভূমি আৰু h = উন্নতি

তথ্য সংগ্ৰহ

সাঁচ:Reflist

বাহ্যিক সংযোগ

সাঁচ:বহুভুজৰ প্ৰকাৰ