বৰ্গক্ষেত্ৰ

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Infobox polygon

Construction of a square using a compass and straightedge.

বৰ্গক্ষেত্ৰ হৈছে চাৰিডাল সমান জোখৰ বাহুৰে আবৰা ৯০ ডিগ্ৰীৰ (সমকোণ) আন্তঃকোণ বিশিষ্ট সমতলীয় ক্ষেত্ৰ।

গাণিতিক ধৰ্ম

  • পৰিসীমা P=4s
  • কালি বা ক্ষেত্ৰফল A=s2
s=এটা বাহুৰ দৈৰ্ঘ্য

অন্যান্য

  • কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো (power) বৰ্গ বোলে
  • এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ π/2 (প্ৰায় ২.২২) গুন।
  • কোনো বৰ্গক্ষেত্ৰৰ অন্তঃবৃত্তৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ π/4 (প্ৰায় ০.৭৯) গুন।
  • সমান পৰিসীমাৰ অন্য চতুৰ্ভুজতকৈ বৰ্গক্ষেত্ৰৰ কালি বেছি।

অ-ইউক্লিডীয় জ্যামিতি

অ-ইউক্লিডীয় জ্যামিতিত বৰ্গক্ষেতত্ৰ হৈছে চাৰিডাল বাহুবিশিষ্ট সুসম (সমান আন্তঃকোণ বিশিষ্ট) চতুৰ্ভুজ। গোলকীয় জ্যামিতিত (spherical geometry) চাৰিডাল মহাবৃতাংশৰে (great circle arc) আবৰা সমান আন্তঃকোণ বিশিষ্ট বহুভুজ। অতিগোলকীয় জ্যামিতিত (:en:hyperbolic geometry|hyperbolic geometry]]) বৰ্গক্ষেত্ৰ নাই। Examples:


Six squares can tile the sphere with 3 squares around each vertex and 120 degree internal angles. This is called a spherical cube. The Schläfli symbol is {4,3}.

Squares can tile the Euclidean plane with 4 around each vertex, with each square having an internal angle of 90 degrees. The Schläfli symbol is {4,4}.
চিত্ৰ:Square on hyperbolic plane.png
Squares can tile the

Hyperbolic plane with 5 around each vertex, with each square having 72 degree internal angles. The Schläfli symbol is {4,5}.

গ্ৰাফ থিয়'ৰি

গ্ৰাফ থিয়ৰিত K4 সম্পূৰ্ণ গ্ৰাফ সকলো শীৰ্ষবিন্দু ৰেখাৰে সংযোগ কৰি অংকিত এটা বৰ্গক্ষেত্ৰৰ দ্বাৰা দৰ্শোৱা হয়। এটা সুসম চতুৰ্ফলকৰ সমান্তৰাল প্ৰক্ষেপনকো ইয়াৰ দ্বাৰা সূচাব পাৰি।


3-simplex (3D)


বহিঃসংযোগ

সাঁচ:বহুভুজৰ প্ৰকাৰ