পঞ্চভুজ

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পঞ্চভূজৰ সকলো কোণ আৰু সকলো ভূজা সমান

পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।[]

পঞ্চভূজৰ ভিতৰুৱা কোণসমূহৰ মাপৰ যোগফল

পঞ্চভূজ এক বহুভূজ আৰু অন্য বহুভূজৰ দৰেই সকনো পঞ্চভূজৰ সকলো ভিতৰুৱা কোণৰ জোখৰ যোগফল একেই। পঞ্চভূজৰ সকনো ভিতৰুৱা কোণৰ জোখৰ যোগফন ৫৪০ ডিগ্ৰী।

প্ৰমাণ

দিয়া আছে: ১ পঞ্চভূজ ABCDE

প্ৰমাণ কৰিব লাগে: কোণ (EAB + ABC + BCD + CDE + DEA) = ৫৪০ ডিগ্ৰী

আঁকিব লাগে: AC, AD সংযুক্ত কৰা

প্ৰমাণ:

EAB+ABC+BCD+CDE+DEA
=EAD+DAC+CAB+ABC+BCA+ACD+CDA+ADE+DEA
=ABC+BCA+BAC+ACD+ADC+CAD+ADE+DEA+EAD
=(180+180+180)DEGREE
=540DEGREE

তথ্য সংগ্ৰহ

সাঁচ:Reflist

সাঁচ:বহুভুজৰ প্ৰকাৰ

  1. xobdo.org