গেছ ধ্ৰুৱক
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
| R ৰ মান সাঁচ:Physconst |
একক (V P T −1 n−1) |
|---|---|
| 8.314 4598(48) | J K−1 mol−1 |
| সাঁচ:Physconst | kJ K−1 kmol−1 |
| সাঁচ:Physconstসাঁচ:E | erg K−1 mol−1 |
| সাঁচ:Physconstসাঁচ:E | amu (km/s)2 K−1 |
| সাঁচ:Physconst | L kPa K−1 mol−1 |
| সাঁচ:Physconstসাঁচ:E | cm3 kPa K−1 mol−1 |
| সাঁচ:Physconst | m3 Pa K−1 mol−1 |
| সাঁচ:Physconst | cm3 MPa K−1 mol−1 |
| সাঁচ:Physconstসাঁচ:E | m3 bar K−1 mol−1 |
| সাঁচ:Physconstসাঁচ:E | L bar K−1 mol−1 |
| সাঁচ:Val | L Torr K−1 mol−1 |
| সাঁচ:Valসাঁচ:E | kcal K−1 mol−1 |
| সাঁচ:Val | L atm K−1 mol−1 |
| সাঁচ:Val | cm3 atm K−1 mol−1 |
গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য। এই ধ্ৰুৱকটো বয়লৰ সূত্ৰ, চাৰ্লচৰ সূত্ৰ, এভ'গেড্ৰ'ৰ সূত্ৰ আৰু গে'-লুছাকৰ সূত্ৰৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক সাঁচ:Math বা সাঁচ:Overline) চিহ্নৰে সূচোৱা হয়।
মাত্ৰা
আদৰ্শ গেছ সমীকৰণ PV = nRTৰ পৰা পাওঁ:
য'ত P চাপ, V আয়তন, n ম'ল সংখ্যা, আৰু T উষ্ণতা।
যিহেতু চাপ হৈছে প্ৰতি একক কালিত বলৰ মান, গতিকে গেছ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যাব:
কালি আৰু আয়তন হৈছে ক্ৰমে (length)2 আৰু (length)3 । গতিকে:
যিহেতু বল × দীঘ = কাৰ্য:
আকৌ, আমি জানোঁ,
গতিকে R ক আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ:
গতিকে, এছ আই এককত:
- R = সাঁচ:Physconst