ক্ষেত্ৰফল

testwikiৰ পৰা
০৫:৫৮, ২৮ ছেপ্টেম্বৰ ২০২৩-ত imported>InternetArchiveBot সদস্য‌ই কৰা সংশোধন (Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5)
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ক্ষেত্ৰফল (সাঁচ:Lang-en) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়।

তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।

একক

ক্ষেত্ৰফল পৰিমাপৰ মেট্ৰিক এককৰ মাজত আছে:

বৰ্গ মিটাৰ = এছ আই একক
এৰ = ১০০ বৰ্গ মিটাৰ
হেক্টৰ = ১০,০০০ বৰ্গ মিটাৰ
বৰ্গ কিলোমিটাৰ = ১,০০০,০০০ বৰ্গ মিটাৰ
বৰ্গ মেগামিটাৰ = ১০১২ বৰ্গ মিটাৰ
বৰ্গ গজ = ৯ বৰ্গ ফুট = ০.৮৩৬১২৭৩৬ বৰ্গ মিটাৰ
বৰ্গ সাঁচ:Webarchive পাৰ্চ = ৩০.২৫ বৰ্গ গজ = ২৫.২৯২৮৫২৬ বৰ্গ মিটাৰ
একৰ = ১৬০ বৰ্গ পাৰ্চ অথবা ৪৩,৫৬০ বৰ্গ ফুট = ৪০৪৬.৮৫৬৪২২৪ বৰ্গ মিটাৰ
বৰ্গ মাইল = ৬৪০ একৰ = ২.৫৮৯৯৮৮১১০৩ বৰ্গ কিলোমিটাৰ

১ ফুট = ১২ ইঞ্চি, ১ গজ = ৩ ফুট = ৩৬ ইঞ্চি

উপকাৰী সূত্ৰ

ক্ষেত্ৰফলৰ সাধাৰণ সমীকৰণ:
আকাৰ সমীকৰণ চলক
বৰ্গ s2 s হৈছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য
নিয়মিত ষড়ভুজ 332s2 s হৈছে হেক্সাগনৰ এটা প্ৰান্তৰ দৈৰ্ঘ্য
নিয়মিত অষ্টভুজ 2(1+2)s2 s হৈছে অষ্টভুজৰ এটা বাহুৰ দৈৰ্ঘ্য
নিখুঁত ষড়ভুজ 4w2 w হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান
নিখুঁত অষ্টভুজ 7w2 w হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান
যিকোনো নিয়মিত বহুভুজ 12ap a হৈছে বহুভুজৰ একটি অন্তস্থ বৃত্তৰ ব্যাসাৰ্ধ আৰু p হৈছে বহুভুজৰ পৰিসীমা
যিকোনো নিয়মিত বহুভুজ P2/n4tan(π/n) P হৈছে পৰিসীমা আৰুn হৈছে বাহুৰ সংখ্যা
যিকোনো নিয়মিত বহুভুজ P2/n4tan(180/n) P হৈছে পৰিসীমা আৰুn হৈছে বাহুৰ সংখ্যা
আয়তক্ষেত্ৰ lw l আৰু w হৈছে চতুৰ্ভুজৰ ওচৰাওচৰি দুটি বাহুৰ দৈৰ্ঘ্য (দৈৰ্ঘ্য আৰু প্ৰস্থ)
সামান্তৰিক (সাধাৰণ) bh b আৰু h হৈছে যথাক্ৰমে ভূমিৰ দৈৰ্ঘ্য আৰু ভূমিৰ ওপৰৰ দীঘল সমান উচ্চতা
ৰম্বাছ 12ab a আৰু b হৈছে ৰম্বাছৰ ই কৰ্ণৰ দৈৰ্ঘ্য
ত্ৰিভুজ 12bh b আৰু h হৈছে যথাক্ৰমে ত্ৰিভুজৰ ভূমি আৰু উচ্চতা
চক্ৰ বা বৃত্ত πr2 r হৈছে ব্যাসাৰ্ধ
বৃত্ত, বৃত্তাকাৰ ক্ষেত্ৰফল πr2, or πd2/4 r হৈছে ব্যাসাৰ্ধ আৰুd হৈছে ব্যাস.
ট্ৰেপিজিয়াম 12(a+b)h a হৈছে b সমান্তৰাল বাহুদ্বয়ৰ দৈৰ্ঘ্য আৰু h সমান্তৰাল ৰেখাদ্বয়ৰ লম্বদূৰত্ব বা উচ্চতা
ছিলিণ্ডাৰৰ তলৰ মুঠ ক্ষেত্ৰফল 2πr2+2πrh r আৰু h হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
ছিলিণ্ডাৰৰ বক্ৰতলৰ ক্ষেত্ৰফল 2πrh r আৰু h হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
কোণকৰ তলৰ মুঠ ক্ষেত্ৰফল πr(l+r) r আৰু l হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
কোণকৰ বক্ৰতলৰ ক্ষেত্ৰফল πrl r আৰু l হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
বৃত্তাকাৰ চক্ৰ 12r2θ r আৰু θ হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু কোণ (ৰেডিয়ানত)
বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰ পৰিবৰ্তন 4πA A হৈছে বৰ্গ এককে বৰ্গৰ ক্ষেত্ৰফল
বৃত্তাকাৰ পৰা বৰ্গক্ষেত্ৰলৈ পৰিবৰ্তন 14Cπ C হৈছে বৃত্তৰ ক্ষেত্ৰফল

আৰু চাওক

বহিঃসংযোগ

সাঁচ:Wiktionary