ত্ৰিকোণমিতি
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

ত্ৰিকোণমিতি (সাঁচ:Lang-en) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যয়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।[১] ত্ৰিকোণমিতি শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে “Trigonometry”। এই শব্দটি আকৌ গ্ৰীক শব্দ trigōnon অৰ্থাৎ ত্ৰিভুজ আৰু metron অৰ্থাৎ পৰিমাপৰ পৰা উদ্ভৱ হৈছে।[২]
ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজৰ অধ্যয়নক সকলোতকৈ গুৰুত্বপূৰ্ণ স্থান দিয়া হয়।

ত্ৰিকোনমিতিৰ কোণৰ মানসমুহৰ তালিকা প্ৰস্তুত
নিম্নোক্ত তালিকাত কিছুমান প্ৰধান কোণৰ ত্ৰিকোনমিত্ৰিক মান দেখুওৱা হৈছে:-
| θ | জ্যা | কোণ | স্পৰ্শক | বহুভুজ | ভুজ | |
|---|---|---|---|---|---|---|
| 0° | ||||||
| 30° | ||||||
| 45° | ||||||
| 60° | ||||||
| 90° |
তথ্য সংগ্ৰহ
গ্ৰন্থপঞ্জী
- সাঁচ:Cite book
- Christopher M. Linton (2004). From Eudoxus to Einstein: A History of Mathematical Astronomy . Cambridge University Press.
- Weisstein, Eric W. "Trigonometric Addition Formulas". Wolfram MathWorld. Weiner.
বাহ্যিক সংযোগ
- Trigonometric Delights, by Eli Maor, Princeton University Press, 1998. Ebook version, in PDF format, full text presented.
- Trigonometry সাঁচ:Webarchive by Alfred Monroe Kenyon and Louis Ingold, The Macmillan Company, 1914. In images, full text presented.
- Benjamin Banneker's Trigonometry Puzzleat
- Dave's Short Course in Trigonometry by David Joyce of Clark University
- ↑ R. Nagel (ed.), Encyclopedia of Science, 2nd Ed., The Gale Group (2002)
- ↑ সাঁচ:Cite web