পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা

testwikiৰ পৰা
০৫:২৮, ১৬ জুলাই ২০২০-ত 223.238.103.20 (আলোচনা) সদস্য‌ই কৰা সংশোধন
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

এইখন এখন পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা। তালিকাখনত গাঢ় আখৰেৰে সূচোৱা ৰাশি কেইটা ভেক্টৰ ৰাশি।

লেটিন আখৰ

চিহ্ন অৰ্থ জোখৰ SI একক
𝐀 চুম্বকীয় ভেক্টৰ বিভৱ (magnetic vector potential) টেচলা মিটাৰ (T⋅m)
A ক্ষেত্ৰফল (area) বৰ্গ মিটাৰ (m2)
ভৰ সংখ্যা (Mass number)
বিস্তাৰ (amplitude) মিটাৰ
𝐚 ত্বৰণ (acceleration) মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2)
𝐁 চুম্বকীয় অভিবাহ ঘনত্ব (magnetic flux density)
চুম্বক ক্ষেত্ৰ ঘনত্ব বা চুম্বকীয় আৱেশ বুলিও কোৱা হয়।
টেচলা (T)
C ধাৰকত্ব (capacitance) ফাৰাড (F)
তাপ ধাৰকত্ব (heat capacity) জুল প্ৰতি কেলভিন (J K−1)
অনুকলন ধ্ৰুৱক (constant of integration)
c শূন্যত পোহৰৰ বেগ (speed of light in vacuum) ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড (m/s)
শব্দৰ বেগ (speed of sound) ৩৪০.২৯ মিটাৰ প্ৰতি ছেকেণ্ড (m/s)
আপেক্ষিক তাপ ধাৰকত্ব (specific heat capacity) জুল প্ৰতি কিলোগ্ৰাম প্ৰতি কেলভিন (J kg−1 K−1)
সান্দ্ৰতা ডেম্পিং গুণাংক (viscous damping coefficient) কিলোগ্ৰাম প্ৰতি ছেকেণ্ড (kg/s)
𝐃 বৈদ্যুতিক সৰণ ক্ষেত্ৰ (electric displacement field)
বৈদ্যুতিক অভিবাহ ঘনত্ব বুলিও কোৱা হয়।
কুলম্ব প্ৰতি বৰ্গ মিটাৰ (C/m2)
D ঘনত্ব (density) কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3)
d দূৰত্ব (distance) মিটাৰ (m)
দিশ (direction) এককবিহীন
সংঘৰ্ষ প্ৰাচল মিটাৰ (m)
ব্যাস (diameter) মিটাৰ (m)
𝐄 বৈদ্যুতিক ক্ষেত্ৰ (electric field) নিউটন প্ৰতি কুলম্ব (N C−1)
E শক্তি (ইংৰাজী: energy) জুল (J)
ইয়ঙৰ গুণাংক (Young's Modulus) পাস্কেল (Pa) বা নিউটন প্ৰতি বৰ্গ মিটাৰ (N/m2) বা কিলোগ্ৰাম প্ৰতি মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (kg·m−1·s−2)
e উৎকেন্দ্ৰতা (eccentricity) এককবিহীন
২.৭১৮২৮..., ইলেকট্ৰন (electron), মৌলিক আধান (elementary charge)
𝐅 বল (force) নিউটন (N)
f কম্পনাংক (frequency) হাৰ্জ (Hz)
ফলন (function)
ঘৰ্ষণ (friction) নিউটন (N)
G মহাকৰ্ষণিক ধ্ৰুৱক (gravitational constant) নিউটন বৰ্গ মিটাৰ প্ৰতি বৰ্গ কিলোগ্ৰাম (N m2/kg2)
g মাধ্যাকৰ্ষণিক ত্বৰণ (acceleration due to gravity) মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2)
𝐇 চুম্বক ক্ষেত্ৰ (magnetic field strength) এম্পিয়াৰ প্ৰতি মিটাৰ (A/m)
H হেমিল্টনিয়ান (Hamiltonian) জুল (J)
h উচ্চতা (height) মিটাৰ (m)
প্লাংকৰ ধ্ৰুৱক (Planck's constant) জুল ছেকেণ্ড (J s)
I ক্ৰিয়া (action) জুল ছেকেণ্ড (J s)
প্ৰাবল্য (intensity) ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2)
শব্দ প্ৰাবল্য (sound intensity) ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2)
বিদ্যুৎ প্ৰবাহ (electric current) এম্পিয়াৰ (A)
জড় ভ্ৰামক (moment of inertia) কিলোগ্ৰাম বৰ্গ মিটাৰ (kg m2)
𝐢^ কাৰ্টেছিয়ান x-অক্ষত একক ভেক্টৰ (Cartesian x-axis basis unit vector) এককবিহীন
𝐉 মুক্ত প্ৰবাহ ঘনত্ব (free current density) এম্পিয়াৰ প্ৰতি বৰ্গ মিটাৰ (A/m2)
বলৰ ঘাত (impulse) কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s)
𝐣^ কাৰ্টেছিয়ান y-অক্ষত একক ভেক্টৰ (Cartesian y-axis basis unit vector) এককবিহীন
K গতিশক্তি (kinetic energy)

2π/λ

জুল (J)
k বল্টজমেন ধ্ৰুৱক (Boltzmann constant) জুল প্ৰতি কেলভিন (J/K)
তৰংগ সংখ্যা (wavenumber) ৰেডিয়ান প্ৰতি মিটাৰ (m−1)
𝐤^ কাৰ্টেছিয়ান z-অক্ষত একক ভেক্টৰ (Cartesian z-axis basis unit vector) এককবিহীন
L আৱেশ গুণাংক (inductance) হেনৰী (H)
স্বয়ংপ্ৰভা (luminosity) ৱাট (W)
কৌণিক ভৰবেগ (angular momentum) নিউটন মিটাৰ ছেকেণ্ড (N m s or kg m2 s−1)
লাগ্ৰাঞ্জিয়ান (Lagrangian) জুল (J)
l দৈৰ্ঘ্য (length) মিটাৰ (m)
M চুম্বকন (magnetization) এম্পিয়াৰ প্ৰতি মিটাৰ (A/m)
বলভ্ৰামক বা টৰ্ক (moment of force or torque) নিউটন মিটাৰ (N m)
m ভৰ (mass) কিলোগ্ৰাম (kg)
N পাৰমাণৱিক সংখ্যা (atomic number) এককবিহীন
n প্ৰতিসৰণাংক (refractive index) এককবিহীন
মূখ্য কোৱান্টাম সংখ্যা (principle quantum number) এককবিহীন
P ক্ষমতা (power) ৱাট (W)
𝐩 ভৰবেগ (momentum) কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s)
চাপ (pressure) পাস্কেল(Pa)
Q বৈদ্যুতিক আধান (electric charge) কুলম্ব(C)
তাপ (Heat) জুল (J)
R বৈদ্যুতিক ৰোধ (electrical resistance) ওম (Ω)
ৰিক্কি টেনছৰ (Ricci tensor) এককবিহীন
ৰেডিয়েন্সি (radiancy)
গেছ ধ্ৰুৱক (gas constant) জুল প্ৰতি কিলোগ্ৰাম কেলভিন (J/kgK)
𝐫 অৱস্থান ভেক্টৰ বা ব্যাসাৰ্ধ ভেক্টৰ (position vector or radius vector) মিটাৰ (m)
S পৃষ্ঠকালি (surface area) বৰ্গ মিটাৰ (m2)
এনট্ৰ'পি (entropy) জুল প্ৰতি কেলভিন (J/K)
ক্ৰিয়া (action)
s চাপ দৈৰ্ঘ্য (arc length) মিটাৰ (m)
সৰণ (displacement)
T পৰ্যায়কাল (period) ছেকেণ্ড(s)
পৰম উঞ্চতা (absolute temperature) কেলভিন(K)
t সময় (time) ছেকেণ্ড(s)
U বিভৱ শক্তি (potential energy) জুল (J)
আভ্যন্তৰীণ শক্তি (internal energy) জুল (J)
u শক্তি ঘনত্ব (energy density) জুল প্ৰতি ঘন মিটাৰ (J/m3)
V ভ'ল্টেজ বা বিভৱভেদ (voltage or potential difference) ভ'ল্ট (V)
আয়তন (volume) ঘন মিটাৰ (m3)
𝐯 বেগ (velocity) মিটাৰ প্ৰতি ছেকেণ্ড (m/s)
W যান্ত্ৰিক কাৰ্য্য (mechanical work) জুল (J)
w প্ৰস্থ (width) মিটাৰ (m)
x সৰণ (displacement) মিটাৰ (m)
Z বৈদ্যুতিক ইম্পিডেন্স (electrical impedance) ওম (Ω)

গ্ৰীক আখৰ

চিহ্ন নাম অৰ্থ জোখৰ SI একক
α আলফা কৌণিক ত্বৰণ ৰেডিয়ান প্ৰতি বৰ্গ ছেকেণ্ড (rad/s2)
β বিটা পোহৰৰ বেগ (c) এককবিহীন
γ গামা লৰেন্টজ্ ফেক্টৰ এককবিহীন
ফ'টন
গামা ৰশ্মি
ৰূপ বিকৃতি
তাপ ধাৰকত্ব অনুপাত এককবিহীন
Δ ডেল্টা এটা চলকৰ পৰিৱৰ্তন (অৰ্থাত্ Δx) এককবিহীন
লাপ্লাছ্ অ'পাৰেটৰ
δ সৰণ
ϵ এপচাইলন বিদ্যুত মাধ্যমাংক ফাৰাড প্ৰতি মিটাৰ (F/m)
বিকৃতি এককবিহীন
ε0 এপচাইলন নট শূন্যৰ বিদ্যুত মাধ্যমাংক
ζ জিটা ডেম্পিং অনুপাত এককবিহীন
η ইটা শক্তিৰ কাৰ্যক্ষমতা এককবিহীন
সান্দ্ৰতা গুণাংক পাস্কেল ছেকেণ্ড (Pa s)
θ থিটা কৌণিক সৰণ ৰেডিয়ান (rad)
K কাপ্পা ট'ৰছন গুণাংক (torsion constant) নিউটন মিটাৰ প্ৰতি ৰেডিয়ান (N m/rad)
Λ লেমডা মহাজাগতিক ধ্ৰুৱক প্ৰতি বৰ্গ ছেকেণ্ড (s−2)
λ তৰংগ দৈৰ্ঘ্য মিটাৰ (m)
λ আইগেন মান (eigen value) অশূন্য ভেক্টৰ
μ মিউ চুম্বকীয় ভ্ৰামক এম্পিয়াৰ বৰ্গ মিটাৰ (A m2)
ঘৰ্ষণ গুণাংক এককবিহীন
গতিশীল সান্দ্ৰতা পাস্কেল ছেকেণ্ড (Pa s)
প্ৰৱেশ্যতা (বিদ্যুত চুম্বকত্ব) হেনৰি প্ৰতি মিটাৰ (H/m)
মাধ্যাকৰ্ষণিক প্ৰাচল
ν নিউ কম্পনাংক হাৰ্জ (Hz)
কাইনেমেটিক সান্দ্ৰতা (kinematic viscosity) বৰ্গ মিটাৰ প্ৰতি ছেকেণ্ড (m2/s)
π পাই ৩.১৪১৫৯... (অপৰিমেয় সংখ্যা)
ρ ৰ' ঘনত্ব কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3)
মুক্ত বৈদ্যুতিক আধান ঘনত্ব কুলম্ব প্ৰতি ঘন মিটাৰ (C/m3)
ৰোধকত্ব ওম মিটাৰ (Ω m)
Σ ছিগমা যোগ অপাৰেটৰ
σ ছিগমা বিদ্যুত পৰিবাহিতা ছিমেন প্ৰতি মিটাৰ (S/m)
প্ৰতিচাপ
τ টাউ টৰ্ক নিউটন মিটাৰ (N m)
ৰূপ প্ৰতিচাপ
সময় ধ্ৰুৱক ছেকেণ্ড (s)
৬.২৮৩১৮... (2π)
Φ ফাই চুম্বকীয় অভিবাহ ৱেবাৰ (Wb)
ϕ ফাই বৈদ্যুতিক বিভৱ

হিগছ্ ক্ষেত্ৰ কাৰ্য্য ফলন

Ψ জাই তৰংগ ফলন এককবিহীন
ω ওমেগা কৌণিক কম্পনাংক

2πf

ৰেডিয়ান প্ৰতি ছেকেণ্ড (rad/s)
Ω ওমেগা বৈদ্যুতিক ৰোধ ওম

অন্যান্য আখৰ

চিহ্ন নাম অৰ্থ জোখৰ SI একক
নেবলা ডট ডাইভাৰজেন্স অ'পাৰেটৰ
ডেল ডট বুলি উচ্চাৰণ কৰা হয়।
প্ৰতি মিটাৰ (m−1)
× নেবলা ক্ৰছ কাৰ্ল অ'পাৰেটৰ
ডেল ক্ৰছ বুলি উচ্চাৰণ কৰা হয়।
প্ৰতি মিটাৰ (m−1)
নেবলা ডেল (ডিফাৰেন্সিয়েল অ'পাৰেটৰ)
Δ ডেল্টা লাপ্লাছ্ অ'পাৰেটৰ প্ৰতি বৰ্গ মিটাৰ (m−2)
"ডাৰ", "ড'", "ডাই", "পাৰ্চিয়েল" বা "d" পাৰ্চিয়েল ডিৰাইভেটিভ (অৰ্থাৎ y/x)
ডি'এলাৰ্মবাৰ্টছ্ অ'পাৰেটৰ 2t2