প্লেংকৰ ধ্ৰুৱক

testwikiৰ পৰা
১৩:৫০, ৬ জুলাই ২০১৯-ত imported>Renamed user 3xa5ous সদস্য‌ই কৰা সংশোধন
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Planck constant

"হামব’ল্ট বিশ্ৱবিদ্যালয়ে প্লেংকৰ ধ্ৰুৱকৰ আৱিষ্কাৰৰ বাবে মেক্স প্লেংকলৈ আগবঢ়োৱা তামৰ ফলক, অসমীয়া অনুবাদ: প্লেংকে এই ভৱনতে কোৱান্তাম বলবিদ্যাৰ h আৱিষ্কাৰ কৰে (১৮৮৯ পৰা ১৯২৮)"

প্লেংকৰ ধ্ৰুবক (সাঁচ:Lang-en) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক h দ্বাৰা সূচিত কৰা হয়।

প্লেংকৰ ধ্ৰুবকৰ মান হ'ল ৬.৬২৬১৯৬সাঁচ:E জুল-ছেকেণ্ড, জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংকৰ নাম অনুসৰি এই ধ্ৰুবকৰ নামকৰণ কৰা হৈছে।

তথ্য সংগ্ৰহ

সাঁচ:Reflist সাঁচ:Physics stub