ফ'নন

testwikiৰ পৰা
০৫:১৩, ৫ জুন ২০২০-ত imported>TextCleanerBot সদস্য‌ই কৰা সংশোধন ([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সাধাৰণ অবস্থাত স্ফটিকৰ মাজেৰে অনুকম্পনৰ হ্ৰাস-বৃদ্ধি

ফ'নন(সাঁচ:Lang-en) হৈছে শব্দ-তৰঙ্গশক্তিকোৱাণ্টাৰ নাম। ইয়াৰ মান হৈছে hf, য'ত h হৈছে প্লাংকৰ ধ্ৰুবক (Planck's constant) আৰু f হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱাণ্টা ফ'টনৰ দৰে। তাপীয় তৰঙ্গসমূহৰ (হ্ৰস্ব শব্দ-তৰঙ্গ) সহায়ত পদাৰ্থৰ পৰা ইলেকট্ৰন আৰু অন্যান্য মৌলিক কণিকা সমূহক বিক্ষিপ্ত কৰাৰ ক্ষেত্ৰত ফ'ননে ভূমিকা গ্ৰহণ কৰে।



সাঁচ:Physics stub