বহুভুজ

testwikiৰ পৰা
১২:৫৮, ২৮ ছেপ্টেম্বৰ ২০২৩-ত imported>InternetArchiveBot সদস্য‌ই কৰা সংশোধন (Rescuing 4 sources and tagging 0 as dead.) #IABot (v2.0.9.5)
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ত্ৰিভুজ, চতুৰ্ভুজ, অষ্টভুজ আদি সকলোকে ’বহুভুজ’ আখ্যা দিয়া হয়

সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ বাহু আৰু কোণ সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে।

সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়। কোনো সুষম বহুভুজৰ ক্ষেত্ৰফল হ’ল ইয়াৰ apothem (a) আৰু পৰিসীমাৰ (p) গুণফলৰ অৰ্ধেক অৰ্থাৎ A=12ap

ষড়ভুজৰ এডাল Apothem


বহুভুজ নামকৰণ

বহুভুজ শব্দৰ অৰ্থ হ’ল অধিক বাহু বিশিষ্ট আকৃতি। যি আকৃতি তিনিদাল বা তাতোকৈ অধিক আকৃতি লগ হৈ গঢ় লয় সেয়াই বহুভুজ। বহুভুজৰ বাহুৰ সংখ্যা অনুযায়ী আৰু কিছুমান উপভাগত বিভক্ত কৰা হৈছে।

লগতে চাওক

বাহ্যিক সংযোগ

সাঁচ:বহুভূজৰ প্ৰকাৰ সাঁচ:Geometry stub