দশভুজ

testwikiৰ পৰা
১১:১৬, ১০ ডিচেম্বৰ ২০২০-ত imported>Nayan j Nath সদস্য‌ই কৰা সংশোধন
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সাঁচ:Geometry stub সাঁচ:Infobox polygon জ্যামিতিত  দশভূজ (গ্ৰীক শব্দ δέκα ডেকা আৰু γωνία gonía, "দহটা কোন") হৈছে দহটা বাহু যুক্ত এটা বহুভুজ বা ১০-ভুজ। [] ইয়াৰ বৰ্হিকোন আৰু আন্তঃকোন সমূহৰ যোগফল ১৪৪০°

বৈশিষ্ট্য

  • ইয়াৰ মুঠ বাহু আৰু কোণৰ সংখ্যা ১০, কৰ্ণৰ সংখ্যা ২০।
  • এটা সুষম দশভূজৰ প্ৰতিটো বাহুৰ দৈঘ্য সমান আৰু প্ৰতিটো আন্তঃকোনৰ মাপ ১৪৪°.[]
  • এটা সুষম দশভূজৰ ক্ষেত্ৰফল যেতিয়া ইয়াৰ প্ৰতিটো বাহুৰ দৈঘ্য a দিয়া থাকে:[]
A=52a2cot(π10)=52a25+257.694208843a2
  • "a" বাহু দৈঘ্যৰ এটা সুষম দশভূজৰ পৰিসীমা হৈছে 10a একক।
  • ই এটা বহুভুজ,
  • এটা সুষম দশভূজৰ প্ৰতিটো বৰ্হিকোণৰ মাপ ৩৬°

অংকন প্ৰণালী

কম্পাছ আৰু স্কেলৰ ব্যৱহাৰৰ দ্বাৰা বা এটা সুষম পঞ্চভূজৰ বাহু সমূহৰ সমদ্বীখণ্ডক আঁকি এটা দশভূজ অংকন কৰিব পৰা যায়।[] সাঁচ:Multiple image সাঁচ:Clear

  1. এটা বৃত্তৰ ব্যাস দৈঘ্যৰ সমান উচ্চতাৰে দেখুৱা ধৰণে এটা পঞ্চভূজ অংকন কৰক।
  2. প্ৰতিটো কোণৰ পৰা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে বিপৰীত বাহুলৈ একোডাল ৰেখা অংকন কৰিব। য'ত প্ৰতিটো ৰেখাই দশভূজৰ একোটা কোণক কাটিব।
  3. এতিয়া পঞ্চভূজৰ বাহুক কটা প্ৰতিটো বিন্দুক সমীপৱৰ্তী বিন্দুৰে সংযোগ কৰিলে এটা দশভূজ পোৱা যাব।

তথ্যসূত্ৰ

সাঁচ:Reflist সাঁচ:বহুভুজৰ প্ৰকাৰ

  1. ১.০ ১.১ সাঁচ:Citation.
  2. সাঁচ:Citation. Note that this source uses a as the edge length and gives the argument of the cotangent as an angle in degrees rather than in radians.
  3. সাঁচ:Citation.