ছাপন্ন ভোগ

ছাপন্ন ভোগ হৈছে ৫৬ বিধ ব্যঞ্জনৰ এক সংহতি। সাধাৰণতে বিভিন্ন উৎসৱ উদযাপনৰ সময়ত আৰাধ্যক এই ভোগ অৰ্পণ কৰা হয়। কাতি মাহৰ পূৰ্ণিমা তিথিত বিশেষকৈ এই ভোগ দিয়াৰ নিয়ম ভাৰতীয় সমাজত প্ৰচলিত আছে। কৃষ্ণ জন্মাষ্টমীৰ সময়ত হিন্দু লোক সকলে ৫৬ ভোগ গোটাই।[১]
উপকৰণ
- ৰসগোল্লা
- চন্দ্ৰকলা
- ৰবড়ী
- ছুলি
- দৈ
- ভাত
- দালি
- চাটনি
- তৰকাৰী
- শাকৰ জোল
- পুৰি
- তিতা খাদ্য
- মূৰব্বা
- মিঠা খাদ্য
- খিচিৰি
- কটু খাদ্য
- টেঙা খাদ্য
- মালপোৱা
- জেলেপী
- পাপৰ
- চিৰা
- মোহনথাল
- খুৰ্মা
- ঘেঁহুৰ ডালিয়া
- ক্ষীৰ
- ঘি
- মাখন
- ক্ৰীম
- শাক
- মৌ
- আচাৰ
- ফল
- লাড়ু
- লচি
- পান
- চুফাৰী
- ইলাচি
- চফ
- অশ্বগন্ধা
- চক্কৰপাৰা
- ঘেৱৰ
- টিক্কিচ
- মগু দাই
- লংপুৰী
- বেঙেনাৰ ব্যঞ্জন
- দধিৰুপ
- লাওৰ ব্যঞ্জন
- বাদাম মিশ্ৰিত গাখীৰ
- ছিলা
- মঠৰী
- পকৰি
- খজৰা
- কেশৰ,
- কোণিকা
- কাঠ বাদাম
- পিষ্টা
বৈজ্ঞানিক দৃষ্টিভংগী
ৰস ছয় প্ৰকাৰৰ-
- তিতা,
- কেঁহা,
- টেঙা,
- মিঠা,
- লুণীয়া,
- জলা
এই ছয় প্ৰকাৰৰ ৰসেৰে ৰান্ধনীয়ে কিমান প্ৰকাৰৰ ব্যঞ্জন বনাব পাৰিব-
এতিয়া এবিধ এবিধ ৰসেৰে অৰ্থাৎ ৰ দ্বাৰা কোনো ব্যঞ্জন তৈয়াৰ নহয়। একেদৰে ছয় প্ৰকাৰৰ ৰস মিলিও অৰ্থাৎ ৰেও একো ব্যঞ্জন নহয়।
= 6 আৰু = 1
63 - (6+1) = 63 -7 = 56
সেয়ে ৫৬ ভোগৰ অৰ্থ হৈছে সেই সকলো খাদ্য যি সমূহ আমি ভগৱানক অৰ্পণ কৰো।