০.৯৯৯...: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
imported>InternetArchiveBot
Rescuing 9 sources and tagging 0 as dead.) #IABot (v2.0.9.5
 
(কোনো পাৰ্থক্য নাই)

২০:১৮, ২৮ ছেপ্টেম্বৰ ২০২৩ অনুযায়ী বৰ্তমান সংস্কৰণ

প্ৰমাণ

  • 19=0.1119×19=9×0.1111=0.999

এই প্ৰক্ৰিয়াই ৯ বিভাজক হিচাপে থকা অন্য সংখ্যাৰ সৈতে এই সংখ্যাৰ মিল আনে--

0.333=390.888=890.999=99=1
  • :x=0.99910x=9.999multiply by 1010x=9+0.99910x=9+xdefinition of x9x=9subtract xx=1divide by 9

এই প্ৰক্ৰিয়াই এই সত্য ব্যৱহাৰ কৰিছে যে কোনো সংখ্যাক ১০ৰে পুৰণ কৰিলে সংখ্যাটোৰ দশমিক পইণ্টৰ স্থান এক স্থান সোঁফালে যায়।

আলোচনা

যদিও প্ৰাৰম্ভিক স্তৰত এই প্ৰক্ৰিয়াই ০.৯৯৯.... ১ৰ সমান বুলি প্ৰমাণিত কৰে, এনে প্ৰক্ৰিয়াই দেচিমেল আৰু সিহঁতে বুজোৱা সংখ্যাৰ মাজৰ সম্পৰ্কৰ বিষয়ে একোৱেই নকয়, যাক নাজানিলে দুটি সংখ্যানো কেতিয়া সমান হয় তাকেই জানিব পৰা নাযায়। .[]

তথ্য সংগ্ৰহ আৰু টোকা

সাঁচ:Refbegin

সাঁচ:Refend

  1. This argument is found in Peressini and Peressini p. 186. William Byers argues that a student who agrees that 0.999... = 1 because of the above proofs, but hasn't resolved the ambiguity, doesn't really understand the equation (Byers pp. 39–41). Fred Richman argues that the first argument "gets its force from the fact that most people have been indoctrinated to accept the first equation without thinking".(p. 396)